ভুটানৰ বান্ধৰ পানীয়ে ভয়াবহ বানপানী সম্ভাৱনা কঢ়িয়াইছে ৰাজ্যলৈ
নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফটুকাৰে বৃদ্ধি পোৱা পানীৰ বাবে ভূটানত কেইবাটাও বান্ধ খুলি এৰি দিয়া হৈছে পানী। যাৰ ফলত ভূটান পাহাৰৰ পৰা হোৰাহোৰে পানী নামি আহিছে । ইয়াৰ ফলত অসমৰ বান পৰিস্থিতি আৰু অধিক শোচনীয় হোৱাৰ সম্ভাৱনা। বিশেষকৈ নামনি অসমত পৰিব পাৰে ইয়াৰ বিস্তৰ প্ৰভাৱ।
News Desk, Ne India News