ভাৰত – পাক সীমান্তত শ্বহীদ  এজন ভাৰতীয় জোৱান

0
384

ভাৰত – পাক সীমান্তত শ্বহীদ  এজন ভাৰতীয় জোৱান

 পুনৰ ভাৰত পাক সীমান্তত শ্বহীদ হল সেনা জোৱান। জম্মু-কাশ্মীৰৰ ভাৰত পাক সীমান্তত পাক সেনাৰ গুলীত নিহত হৈছে এজন ভাৰতীয় জোৱান।সেনা সূত্ৰই প্ৰকাশ কৰা মতে, কাশ্মীৰৰ পুঞ্চ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ আশে-পাশে পাকিস্তানে ধাৰাসাৰ গুলীবৰ্ষণ কৰিছেএনে  আক্ৰমণত  সীমান্ত চকীত পহৰা দি থকা এজন ভাৰতীয় জোৱান গুৰুতৰভাৱে আহত হয়। পাছত তেওঁৰ মৃত্যু হয়।
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here