ভাৰতে সফলতাৰে পৰীক্ষণ কৰিলে ব্রাহ্মোছ ছুপাৰছ’নিক ক্ষেপণাস্ত্র

0
135

ভাৰতে সফলতাৰে পৰীক্ষণ কৰিলে ব্রাহ্মোছ ছুপাৰছ’নিক ক্ষেপণাস্ত্র

ভাৰতে ছুপাৰছ’নিক ক্রুইজ ক্ষেপণাস্ত্র ব্রাহ্মোছৰ সফল পৰীক্ষণ সম্পন্ন কৰে৷ নৌসেনাৰ ডেষ্ট্রয়াৰ আই এন এছ চেন্নাইৰ পৰা কালি এই ক্ষেপণাস্ত্রটোৰ পৰীক্ষা চলোৱা হয়৷ ভাৰতৰ প্রযুক্তিৰে নির্মাণ কৰা এই ব্রাহ্মোছ ছুপাৰছ’নিক ক্ষেপণাস্ত্রৰ সফল পৰীক্ষা সম্পন্ন হোৱাৰ লগে লগে সামৰিক ক্ষেত্ৰখনত আৰু এখোজ আগুৱাই গৈছে ভাৰত৷
প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা তৰফৰ পৰা এক বিবৃতিত সদৰী কৰা হৈছে যে লক্ষ্যবস্তুত সফলতাৰে এই ক্ষেপণাস্ত্রটোৱে আঘাত কৰিবলৈ সক্ষম হৈছে৷
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here