ভাৰতে পৰীক্ষণ কৰিলে পৃথিৱী-২ মিছাইল

0
78
Prithvi too Missile

ভাৰতে পৰীক্ষণ কৰিলে পৃথিৱী-২ মিছাইল

ভাৰতৰ সৈতে চীনৰ পৰিস্থিতি উত্তপ্ত হৈ থকাৰ সময়তে ভাৰতে পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পৰা পৃথিৱী-২ মিছাইল
পৰীক্ষণ সম্পন্ন কৰিলে । শুকুৰবাৰে সন্ধিয়া পৃথিৱী-২ মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰা হয়।ভূপৃষ্ঠৰ পৰা ভূপৃষ্ঠলৈ মাৰি পঠিয়াৱ পৰা এই মিছাইলে ৩৫০ কিলোমিটাৰ দূৰত্ব পৰ্যন্ত আঘাত হানিব পাৰিব। ৫০০ ৰ পৰা ১০০০ কিলোগ্ৰাম ওজনৰ পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পাৰিব
মিছাইলতোৱে।
এই ক্ষেপণাস্ত্ৰত সংযোগ কৰা আছে ইনাৰছিয়েল নেভিগেছন ছিষ্টেম।ফলত ই শত্ৰু পক্ষৰ ঘাটি চিনাক্ত কৰি মোক্ষম আঘাত হানিবলৈ সক্ষম হ’ব।

News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here