ভাৰতীয় ৰেল বিভাগত পদ খালী
ভাৰতীয় ৰেল বিভাগত পদ খালী । নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে ।
পদৰ নাম: জেনেৰেল মেনেজাৰ/ ডেপুটি জেনেৰেল মেনেজাৰ
শিক্ষাগত অৰ্হতা: স্নাতক/ স্নাতকোত্তৰ
পদৰ সংখ্যা : ৩
আবেদনৰ তাৰিখ: ৫/১২/২০১৯
আবেদনৰ অন্তিম তাৰিখ : ১৯/১২/২০১৯
নিযুক্তিৰ স্থান : নতুন দিল্লী
অধিক জানিবলৈ যোগাযোগ কৰক ভাৰতীয় ৰেল বিভাগৰ ৱেবচাইটত