Sunday, March 19, 2023
HomeAssameseভাৰতীয় জীৱন বীমা নিগমৰ ধৰ্ণা কাৰ্য্যসূচী

ভাৰতীয় জীৱন বীমা নিগমৰ ধৰ্ণা কাৰ্য্যসূচী

ভাৰতীয় জীৱন বীমা নিগমৰ ধৰ্ণা কাৰ্য্যসূচী 

সোমবাৰে সমগ্ৰ ভাৰত বৰ্ষৰ লগতে তিনচুকীয়াটো ভাৰতীয় জীৱন বীমা নিগমৰ এজেন্ট সকলে ধৰ্ণা কাৰ্যসুচী পালন কৰে ।
তিনিচুকীয়াৰ ভাৰতীয় জীৱন বীমা নিগমৰ মুখ্য কাৰ্য্যলয়ৰ সন্মুখত ধৰ্ণা কায্যসূচী ৰূপায়ণ কৰে জীৱন বীমা নিগমৰ এজেন্ট সকলে।

ভাৰতীয় জীৱন বীমা নিগমৰ ধৰ্ণা কাৰ্য্যসূচী 
জীৱন বীমা নিগমৰ আঁচনি গ্ৰহণ কৰা সকলৰ বোনাচ বৃদ্ধি ,জীৱন বীমা নিগমৰ আঁচনিৰ ওপৰত লগোৱা জি এছ টি কৰ্তন ,LIC ৰ কৰ্মসমূহ খৰকটীয়া কৰণ, এজেন্ট এছোচিয়েচনৰ কৰ্মচাৰী সকলৰ চিকিৎসাৰ সু ব্যৱস্থা আদি বিভিন্ন দাবীৰ সমৰ্থনত ধৰ্ণা কায্যসূচী গ্ৰহণ কৰে এজেন্ট সকলে ।

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News

 

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments