ডিগবৈ মহিলা মহাবিদ্যালয়ত শংকৰদেৱৰ সন্দৰ্ভত এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় ৷ ভাৰতীয় দাৰ্শনিক গৱেষণাৰ কাউঞ্চিলৰ পৰিচালনাত অনুষ্ঠিত হোৱা আলোচনা চক্ৰখনিত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে লেখক ময়ুৰ বৰাই৷
আলোচনা চক্ৰখনিত লেখক ময়ুৰ বৰাৰ লগতে সভাত উপস্থিত থাকে বিশিষ্ট ব্যক্তি, কলেজৰ অধ্যাপক-অধ্যাপিকা সকল শংকৰদেৱৰ সমাজ-ব্যৱস্থা,ধৰ্ম-প্ৰচাৰ, সত্ৰ- সংস্কৃতি, নামঘৰ, কলা- সংস্কৃতি আদিৰ সম্পৰ্কেও বক্তব্য দাঙি ধৰে। সভাখনিত কলেজৰ ছাত্ৰী,কলেজৰ অধ্যাপক অধ্যাপিকা,বিশিষ্ট ব্যক্তিকে আদি কৰি এক ধুনীয়া পৰিবেশৰ সমাগম দেখা গল।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়াৰ পৰা ,Ne India News