ভাৰতত ভয়াবভ ৰূপে বৃদ্ধি পাইছে ক’ৰনা সংক্ৰমণৰ সংখ্যা!ব্ৰাজিলক অতিক্ৰম কৰিলে ভাৰতে
ভাৰতত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক’ৰনা সংক্ৰমণৰ সংখ্যা। আক্ৰান্তৰ তালিকাত দ্বিতীয় স্থানত থকা ব্ৰাজিলক অতিক্ৰম কৰি ভাৰতে সৰ্বাধিক ক’ৰণা আক্ৰান্তৰ দ্বিতীয় দেশ হিচাপে পৰিগণিত হয়। ভাৰতত শনিবাৰে ক’ৰণা আক্ৰান্তৰ সংখ্যা ৪১ লাখ অতিক্ৰম কৰে। আনেহাতে ব্ৰাজিলত আক্ৰান্তৰ সংখ্যা ৪০.৯২ লাখ।
News Desk,Ne India