Monday, November 28, 2022
HomeAssameseবৰডুমচা আৰক্ষীৰ সফলতা, 6 পেকেট হিৰইন সহ আটক ড্ৰাগছ মাফিয়া

বৰডুমচা আৰক্ষীৰ সফলতা, 6 পেকেট হিৰইন সহ আটক ড্ৰাগছ মাফিয়া

বৰডুমচা আৰক্ষীৰ সফলতা, 6 পেকেট হিৰইন সহ আটক ড্ৰাগছ মাফিয়া

বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতু চাংমাই,মাৰ্ঘেৰিটা আৰক্ষী মহকুমা বিষয়া হেমন্ত কুমাৰ বড়ো আৰু অতিৰিক্ত আৰক্ষী বিষয়া ৰিপুঞ্জয় কাকতিৰ নেতৃত্বত চলিছিল বিশেষ খবৰ ভিত্তিৰ অভিযান চলিছিল তিনিচুকীয়াত।

অভিযান কালত ৬ পেকেট হিৰইন সহ আটক ড্ৰাগছ মাফিয়াক।

ইফালে বৰডুমচা বিভিন্ন প্ৰান্তৰ পৰা তিনিজনক আৰু অৰুণাচল প্ৰদেশৰ পৰা এজনক মুঠ চাৰি জনক আটক কৰি বৰডুমচা থানাৰ আলহী হৈ আছে ৪ গৰাকী।

ৰন্টু বৰশইকীয়া,তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments