ব্ৰক্ষ্মপুত্ৰত গা ধুবলৈ গৈ পাচঁ যুৱকৰ মৃত্যু

8

ব্ৰক্ষ্মপুত্ৰত গা ধুবলৈ গৈ পাচঁ যুৱকৰ মৃত্যু

তিনিচুকীয়া জিলাৰ কলীয়াপানী ঘাটত ৫জন যুবক গা ধুবলৈ গৈ তিনিচুকীয়াৰ দুই যুৱকৰ সলিল সমাধি, তাকে লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
জানিব পৰা মতে দহতিয়া চুক তিনি আলিৰ ৰুপক কলিতাৰ পুত্ৰ মাধুৰ্য্য কলিতা আৰু এজন বৰগুড়ি কোটতিনি আলিৰ পুনা গোঁহাই ৰ পুত্ৰ ৰিচভ গোঁহাই। দুই জনৰ বয়স ২০ পৰা ২২বছৰ।

ইতিমধ্যে মাধুৰ্য্য কলিতা আৰু ৰিচৰ্ভ গোঁহাই নামৰ দুই যু্ৱকৰ মৃতদেহ উদ্ধাৰ কৰিছে ৷খৱৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত ঘটনাসন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

ৰন্টু বৰশীইকীয়া , তিনিচুকীয়া , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here