Friday, March 24, 2023
HomeAssameseব্ৰক্ষ্মপুত্ৰত গা ধুবলৈ গৈ পাচঁ যুৱকৰ মৃত্যু

ব্ৰক্ষ্মপুত্ৰত গা ধুবলৈ গৈ পাচঁ যুৱকৰ মৃত্যু

ব্ৰক্ষ্মপুত্ৰত গা ধুবলৈ গৈ পাচঁ যুৱকৰ মৃত্যু

তিনিচুকীয়া জিলাৰ কলীয়াপানী ঘাটত ৫জন যুবক গা ধুবলৈ গৈ তিনিচুকীয়াৰ দুই যুৱকৰ সলিল সমাধি, তাকে লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
জানিব পৰা মতে দহতিয়া চুক তিনি আলিৰ ৰুপক কলিতাৰ পুত্ৰ মাধুৰ্য্য কলিতা আৰু এজন বৰগুড়ি কোটতিনি আলিৰ পুনা গোঁহাই ৰ পুত্ৰ ৰিচভ গোঁহাই। দুই জনৰ বয়স ২০ পৰা ২২বছৰ।

ইতিমধ্যে মাধুৰ্য্য কলিতা আৰু ৰিচৰ্ভ গোঁহাই নামৰ দুই যু্ৱকৰ মৃতদেহ উদ্ধাৰ কৰিছে ৷খৱৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত ঘটনাসন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

ৰন্টু বৰশীইকীয়া , তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments