বোকাজানত হিন্দু জাগৰণ মঞ্চৰ চেনিটাইযেচন কাৰ্যসূচী ৰূপায়ণ

0
109

বোকাজানত হিন্দু জাগৰণ মঞ্চৰ চেনিটাইযেচন কাৰ্যসূচী ৰূপায়ণ

আজি পাহাৰীয়া জিলাৰ বোকাজানৰ বিভিন্ন অঞ্চলত হিন্দু জাগৰণ মঞ্চ নামৰ বেচৰকাৰী সংগঠনটোয়ে চেনিতাইযেচন কাৰ্য সম্পাদন কৰে। বোকাজান অঞ্চলৰ বিভিন্ন কোৱাৰেন্টাইন কেন্দ্ৰ, বোকাজান পৌৰ নিগম, বোকাজান আৰক্ষী থানা আদিত সংগঠনতোয়ে আজি পুৱা 10 বজাৰ পৰা চেনিটাইজেচন কাৰ্য সম্পাদন কৰে। উক্ত কাৰ্যটোত সংগঠনটোৰ সাধাৰণ সম্পাদক কমল দেৱৰ লগতে বোকাজানৰ বিধায়ক মাননীয় নোমল মমিন ডাঙৰীয়াও উপস্থিত থাকে।

https://youtu.be/uHnLr4YUW7g?t=1

দ্বীপজ্যোতি দাস আৰু গৌতম জ্যোতি বৰা ৰ ৰেপৰ্ট, NE INDIA NEWS.

LEAVE A REPLY

Please enter your comment!
Please enter your name here