বেবেজীয়াত মৃতদেহ উদ্ধাৰ

0
737

নগাঁওৰ বেবেজীয়াত  চাঞ্চল্যকৰ ঘটনা পুখুৰীত পৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে এটা মৃতদেহ।জানিব পৰা মতে লৰাজনৰ ঘৰ বেবেজীয়া খাটগুৰি বুলি জানিব পৰা গৈছে।
(আদিল শ্বাহ , নগাওঁ‌ Ne india)

LEAVE A REPLY

Please enter your comment!
Please enter your name here