২০০৬ চনত বেনাৰছ সংকটমোচন মন্দিৰত সংঘটিত ধাৰাবাহিক বোমা বিষ্ফোৰণ গোচৰৰ চুড়ান্ত ৰায় প্ৰদান কৰিলে গাজিয়াবাদ জিলা সত্ৰ ন্যায়লয়ে ।
আদালতে ধাৰাবাহিক বিষ্ফোৰণৰ মুখ্য আৰোপী বলিউল্লাহ ক দোষী সাব্যস্ত কৰিছিল ।
উল্লেখ্য যে ২০০৬ চনৰ ৭ মাৰ্চত বেনাৰসৰ সংকটমোচন মন্দিৰ আৰু কেন্ট ষ্টেচনত সন্ত্ৰাসবাদীয়ে ধাৰাবাহিক বোমা বিস্ফোৰণ সংঘটিত কৰিছিল । এই ধাৰাবাহিক বিস্ফোৰণত ১৬ গৰাকী নিৰিহ ব্যক্তিৰ মৃত্যু ঘটিছিল ।
National Desk , Ne India News