বৃহৎ সংখ্যক চোৰাং গৰু জব্দ কৰিমগঞ্জত

0
51

বৃহৎ সংখ্যক চোৰাং গৰু জব্দ কৰিমগঞ্জত

কৰিমগঞ্জ আৰক্ষীৰ আন এক বৃহৎ সাফল্য।কৰিমগঞ্জ জিলাৰ অসম ত্ৰিপুৰা সীমান্তত জব্দ কৰা হৈছে এই বৃহৎ পৰিমাণৰ চোৰাং গৰুকেইটা। লগতে আটক কৰা হৈছে দুজন গৰুৰ মালিকসহ দুখনকৈ ট্ৰাক আৰু চালকক।
 বিহাৰৰ পৰা দুই ট্ৰাক ভৰ্তি গৰু, ত্ৰিপুৰা হৈ বাংলাদেশ সৰবৰাহৰ উদ্দেশ্যৰে লৈ যোৱা হৈছিল ।গোপন সূত্ৰৰ খবৰৰ ভিত্তিতে যোৱা নিশা চুৰাইবাৰী আৰক্ষী অনুসন্ধান চকীৰ কৰ্মৰত আৰক্ষীয়ে তালাচী চলাইছিল আৰু
তালাচী সময়তে গৰু ভৰ্তি ট্ৰাক দুৱোখন জব্দ কৰিবলৈ সক্ষম হয় । গৰু কঢ়িওৱা ট্ৰাক দুইখনত নাছিল কোনো বৈধ নথিপত্ৰ ।

https://youtu.be/fF-KYaiTuMU

কৰিমগঞ্জ,তপন কুমাৰ ৰয়,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here