Tuesday, May 23, 2023
HomeAssameseবৃহস্পতিবাৰে তিনিচুকীয়াৰ ASTC বাছ ষ্টেণ্ডত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

বৃহস্পতিবাৰে তিনিচুকীয়াৰ ASTC বাছ ষ্টেণ্ডত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

বৃহস্পতিবাৰে তিনিচুকীয়াৰ এএছটিচি বাছ ষ্টেণ্ডত এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ।

প্ৰাপ্ত তথ্য অনুসৰি, মৃত ব্যক্তিজন অৰুণাচল প্ৰদেশৰ,
বাছৰ পৰা নামি যোৱাৰ পিছত, মূৰ ঘূৰাই পৰি যোৱাত এই ব্যক্তিজনৰ মৃত্যু হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। মৃত ব্যক্তি জনক প্ৰত্যক্ষ কৰি
স্থানীয় ৰাইজে লগে লগে তিনিচুকীয়া আৰক্ষী থানাক অৱগত কৰে, তাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ কৰে।

ৰন্টু বৰশইকীয়া,তিনিচুকীয়া,Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments