ভাৰতত ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত এক নিৰ্ভৰযোগ্য নাম Italica . এই ব্ৰেণ্ডে টাইলছ নিৰ্মাণৰ ক্ষেত্ৰত এক সুকীয়া পৰিচয় ডাঙি ধৰিছে দেশত । এই ব্ৰেণ্ডৰ টাইলছে আজি শোভাবৰ্ধন কৰিছে বিভিন্ন চৰকাৰী কাৰ্যলয় , শিক্ষা প্ৰতিষ্টান , শ্বপিং মল , ষ্টেডিয়াম আদিত ।
অসমতো ইটালিকাই বজাৰ দখল কৰিছে । ঘৰ নিৰ্মাণকাৰী ব্যৱসায়ীক প্ৰতিষ্টানৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ চৰকাৰী বেচৰকাৰী নিৰ্মাণকাৰ্য কৰা নিৰ্মাণকাৰী সংস্থাৰ প্ৰথম পচন্দ হিচাপে ঠিয় দিছে Italica ই । আনকি যিকোনো এগৰাকী মধ্যবিত্ত লোকে ঘৰ নিৰ্মাণৰ সময়ত ইটালিকাৰ টাইলছ হে নিজৰ আপোন ঘৰখনত ব্যৱহাৰ কৰিবলৈ অধিক পচন্দ কৰে ।

ধেমাজি জিলাবাসীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে ইটালিকা । এতিয়া ধেমাজি জিলাত সহজতে উপলব্ধ হব ইটালিকাৰ টাইলছ । ধেমাজি জিলাৰ চিলাপথাৰৰ লিকাবালি পথত শুভ উদ্বোধন হবলৈ আগবাঢ়িছে Italica ৰ এটা শ্বৰুম মেচাৰ্চ ভানু মাৰ্বল । বিভিন্ন আধুনিক ডিজাইনৰ টাইলছ গ্ৰাহকৰ বাবে উপলব্ধ হব এই ইটালিকা টাইলছৰ শ্বৰুম M/s Bhanu Marble ত ।
৯ জুন বৃহস্পতিবাৰে চিলাপথাৰৰ লিকাবাৰি পথত থকা Italica টাইলছৰ শুভ উদ্বোধন কৰিব ইটালিকা টাইলছৰ পৰিচালন সঞ্চালক মণিষ বাচৱানিয়ে । দিনৰ ১১ বজাত অনুষ্ঠিত হবলগীয়া শুভ উদ্বোধনী অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰিছে প্ৰতিষ্টানটোৰ স্বত্বাধিকাৰী তথা Italica ৰ কৰ্মকৰ্তা সকলে ।
News Desk , Ne India News