Monday, March 27, 2023
HomeAssameseবৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ নতুন গাওঁত বান সাহায্য প্ৰদান

বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ নতুন গাওঁত বান সাহায্য প্ৰদান

বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ নতুন গাওঁত বান সাহায্য প্ৰদান

শনিবাৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ,বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়াৰ নতুন গাওঁত বানপীড়িত লোকসকলৰ মাজত বান সাহায্য প্ৰদান কৰা হয় । উল্লেখযোগ্য যোগ্য যে নতুন গাঁও বাসী বহু লোকে বান সাহায্য পাবলৈ সক্ষম হোৱা নাছিল ,বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কঠিন পৰিস্থিতিৰ মাজত বান সাহায্য প্ৰদান কৰা কায্যসূচীক নতুন গাঁওবাসীয়ে আদৰণি জনাইছে । ইয়াৰ পাছতেই তিনিচুকীয়াৰ ন শৰাই স্থিত জ্ঞানংকুশ আবাসীক বিদ্যালয়ত অনাথ শিশুসকলক চাউল আলু ডাইল লগতে বিভিন্ন সামগ্ৰী সাহায্য প্ৰদান কৰে । উক্ত কায্যসূচীত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সচিব প্ৰধান মানৱ বৰুৱাৰ লগতে তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments