বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য

0
108

বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য

শনিবাৰৰ পৰা বৃদ্ধি হৈছে পেট্ৰল-ডিজেলৰ মূল্য। শনিবাৰে প্ৰতিলিটাৰ পেট্ৰলত ১৫পইচাকৈ বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি হৈছিল ২০ পইচাকৈ।দেওবাৰে প্ৰতিলিটাৰ পেট্ৰলত ৮পইচাৰ লগতে ডিজেলত ১৮-২০পইচা পৰ্যন্ত বৃদ্ধি কৰা হৈছে।অইল মাৰ্কেটিং ক’ম্পেনীসমূহে ক্ৰমাগত তৃতীয়দিনাও বৃদ্ধি কৰিলে পেট্ৰ’ল, ডিজেলৰ দাম
নতুন দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৮১.৪৬টকা হৈছেপ্ৰতিলিটাৰ ডিজেলৰ দাম হৈছে ৭১.০৭ টকালৈ
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here