Home Assamese বীৰ লাচিত সেনা ,অসম তিনিচুকীয়া আঞ্চলিক সমিতিৰ বিশেষ অভিনন্দন অনুষ্ঠান

বীৰ লাচিত সেনা ,অসম তিনিচুকীয়া আঞ্চলিক সমিতিৰ বিশেষ অভিনন্দন অনুষ্ঠান

59

বীৰ লাচিত সেনা ,অসম তিনিচুকীয়া আঞ্চলিক সমিতিৰ বিশেষ অভিনন্দন অনুষ্ঠান

দেওবাৰে তিনিচুকীয়াৰ গোলাপচন্দ্ৰ ৰবিচন্দ্ৰ নাট্যমন্দিৰত বীৰ লাচিত সেনা ,অসম তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত ২০২২বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ তিনিচুকীয়া জিলাৰ ১০০কৃতি ছাত্র ছাত্ৰী সকলক লৈ এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে । এই সম্বৰ্ধনা অনুষ্ঠানত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ৰ লগতে জ্যেষ্ঠ শিক্ষক অমৃত ৰাজখোৱা নিযুত বৰুৱা মটক যুৱ ছাত্ৰ পৰিষদৰ উপ সভাপতি হৰ কুমাৰ গগৈ মুখ্য সাংগঠনিক সচিব বীৰ লাচিত সেনা কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ সভাপতি সম্পাদকে ধৰি সমূহ নেতৃবৃন্দ উপস্থিত থাকে ।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here