বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদবৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক

0
188

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদবৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদবৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক।শ্বাস-প্ৰশ্বাসত অসুবিধা পোৱাৰ পিছতে চিকিৎসকৰ এটা দলে নজৰ ৰাখিছে নেতাগৰাকীক।উল্লেখ্য যে, উচ্চ ন্যায়ালয়ৰ শুনানিৰ পূৰ্বেই স্বাস্থ্যৰ অৱনতি ঘটিছে লালু প্ৰসাদ যাদবৰ।
পশু খাদ্য কেলেংকাৰি ধৰা পৰা পাছতে ২০১৭ চনৰ ২৩ ডিচেম্বৰৰ পৰা কাৰাগাৰতে আছে নেতাগৰাকী।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ,তেখেতৰ কভিড টেষ্টৰ ফলাফল নিগেটিভ আহিছে আৰু আৰটি-পিচিআৰ টেষ্টৰ ফলাফল শুকুৰবাৰে আহিব।
News Desk Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here