বিহাড়া বিক্রমপুৰ সমবায় সমিতিত অৰাজকতা

0
770

 

NE INDIA: দুমাহো হোৱা নাছিল নতূন বোর্ড গঠন কৰাৰ, ইয়াৰ মাজতেই নতূন কাহিনী প্ৰকাশিত হল বিহাড়া বিক্রমপুৰ সমবায় সমিতিৰ । এই কাহিনী প্ৰকাশ হল সদ্য মনোনিত সমিতিৰ চেয়াৰমেন আৰু তিনি সদস্যৰ মূখৰ পৰা । বৃহস্পতিবাৰে বিহড়া দেশবন্ধু ক্লাৱত সাংবাদিক মেল অনুষ্ঠিত কৰি সমিতিৰ চেয়াৰমেন চফিকউদ্দিন, বিশাল সৰকাৰ , সত্যৰঞ্জন দাস, বাপ্পন ঘোষে,সমিতিৰ সম্পাদক সঞ্জয় বর্মাৰ একনায়কত্ব বাদৰ বিৰুদ্ধে সৰৱ হয় ।  সাংবাদিকৰ প্রশ্নৰ উত্তৰত তেওলোকৰ উত্তৰ, ইয়াৰ আঁ‌ৰত  আছে দুর্নীতি।   শাসকীয় চৰকাৰৰ খাদ্য আৰু সামৰিক বিভাগ তথা বিক্রমপুৰ সমবায় সমিতিৰ সচীব সঞ্জয় বর্মন একজন চৰকাৰী কর্মী হৈয়ো দীর্ঘদিন ধৰি একনায়কত্ববাদ চলাই আহিছে । সচিবৰ এই বেপেৰুৱা মনোভাবৰ ফলশ্ৰুতিত জনতা , সমিতিৰ সেৱাৰ পৰা  বঞ্চিত হৈ থাকিব লগা হৈছে দীর্ঘদিন ধৰি ।  

(প্ৰণৱ মালাকৰ ,কালাইন , Ne india)

LEAVE A REPLY

Please enter your comment!
Please enter your name here