Sunday, November 27, 2022
HomeAssameseবিশ্ব হিন্দু পৰিষদ ,বজৰং দলৰ তিনিচুকীয়া জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান

বিশ্ব হিন্দু পৰিষদ ,বজৰং দলৰ তিনিচুকীয়া জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান

বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ তিনিচুকীয়া জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান

তিনিচুকীয়াৰ হোটেল সাফায়াৰ পৰা ভাৰতীয় সেনাই দুগৰাগী জেহাদী সংগঠনৰ লগত জড়িত ব্যক্তি সাবিনা য়াকুব আৰু md হায়াতক গ্ৰেপ্তাৰ কৰে।

উক্ত কাৰ্যকলাপৰ ভিত্তিত এটা বস্তু পৰিলক্ষিত হয় যে আগন্তুক দুৰ্গা পূজাত জেহাদি সংগঠনে তিনিচুকীয়াত কুটাঘাত মূলক কাৰ্যকলাপ সংঘটিত কৰাৰ সম্ভাৱনা আছে।

তিনিচুকীয়াত যাতে আগন্তুক দুৰ্গা পূজাত কোনো ধৰণৰ কাৰ্যকলাপ সংঘটিত নহয় তাৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনক তিনিচুকীয়াৰ সকলো হোটেল,মাদ্ৰাছা আদিত তালাচি চলোৱাৰ বাবে আহ্বান জনাই এখনি স্মাৰক পত্ৰ জিলা উপায়ুক্তক প্ৰদান কৰে বিশ্ব হিন্দু পৰিষদ বজৰং দলে।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া, Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments