Saturday, April 1, 2023
HomeAssameseবিশ্ব সংগীত দিৱস

বিশ্ব সংগীত দিৱস

বিশ্ব সংগীত দিৱস

প্ৰতি বছৰে ২১ জুন তাৰিখে উদযাপন কৰা হ’য় বিশ্ব সংগীত দিৱস বা ‘Fête de la mosique’ । এই দিৱস প্ৰথমে ফ্ৰান্সত পালন কৰা হৈছিল। এই বিশেষ দিনটোৰ উদ্দেশ্যে হৈছে সংগীতক অধিক জনপ্ৰিয় কৰি গঢ়ি তোলা আৰু বিভিন্ন স্তৰৰ লোক সকলক সংগীতৰ প্ৰতি আৰু অধিক আকৰ্ষিত কৰা আৰু বিভিন্ন সুৰৰ সৈতে পৰিচিত কৰোৱা। বিশ্ব সংগীত দিৱস সংগীতজ্ঞ সকলৰ বাবে এক বিশেষ দিন, যাৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ দৰ্শক আৰু অনুৰাগীসকলৰ সৈতে ছ’চিয়েল মিডিয়া যোগে সংযোগ স্থাপনৰ এক সুযোগ পায়। যোৱা কেইবছৰমানত, এই দিৱসটো আন্তৰ্জাতিক জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হ’য় আৰু বিশ্বৰ ১২০ খনতকৈ অধিক দেশে উদযাপন কৰিছিল। অৱশেষত এই দিৱসটো বিশ্ব দিৱস বা আন্তৰ্জাতিক দিৱস হিচাপে স্বীকৃতি লাভ কৰে।

News Desk, Ne News India

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments