বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু ইংলেণ্ডৰ মাজত দিবা-নৈশ টেষ্ট

0
197

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু ইংলেণ্ডৰ মাজত দিবা-নৈশ টেষ্ট

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম মোটেৰাত অনুষ্ঠিত হ’ব ভাৰত আৰু ইংলেণ্ডৰ মাজত দিবা-নৈশ টেষ্ট ।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে এই কথা ঘোষণা কৰে । ২০২১ বৰ্ষৰ প্ৰথমভাগত ভাৰত আৰু ইংলেণ্ডৰ মাজত দিবা-নৈশ টেষ্ট অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে।
তেও জনায় যে ”ইংলেণ্ডৰ পূৰ্বে আমি অষ্ট্ৰেলিয়া চিৰিজত অংশগ্ৰহণ কৰিম । উক্ত শৃংখলাতো ভাৰতীয় ক্ৰিকেট দলটোৱে টেষ্ট আৰু সীমিত অভাৰৰ খেলত অংশগ্ৰহণ কৰিব,” গাংগুলীয়ে লগতে কয়।নমস্তে ট্ৰাম্প অনুষ্ঠানত অংশগ্ৰহণ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মোটেৰা ষ্টেডিয়ামখন মুকলি কৰিছিল।
Sports Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here