বিশ্ববিদ্যালয়-মহাবিদ্যালয়লৈ UGCৰ বিশেষ নিৰ্দেশনা

0
830

NATIONAL  DESK NE INDIA : UGCৰ বিশেষ নিৰ্দেশনা দেশৰ সকলো বিশ্ববিদ্যালয়-মহাবিদ্যালয়লৈ। ২৯ছেপ্তেম্বৰত দেশৰ সকলো বিশ্ববিদ্যালয়-মহাবিদ্যালয়ে পালন কৰিব লাগিব ছাৰ্জিকেট ষ্ট্ৰাইক ডে। ২৯ছেপ্তেম্বৰত বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ এন চি চি ইউনিটে এক বিশেষ পেৰেড অনুষ্ঠিত কৰিব লাগিব। পেৰেড সম্বোধন কৰিব এন চি চি কামাণ্ডাৰে। ২০১৭চনৰ ২৯ছেপ্তেম্বৰ দিনটোতে ভাৰতীয় সেনাই এল অ’ চি পাৰ হৈ পাকিস্তানত থকা সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ চলাইছিল। এই দিনটোৰ স্মৃতি স্বৰূপে UGCয়ে বিশ্ববিদ্যালয়-মহাবিদ্যালয়সমূহক চাৰ্জিকেট ষ্ট্ৰাইক ডে উদযাপন কৰিবলৈ নিৰ্দেশ দিছে। সেইদিনা এক বিশেষ প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হ’ব ইণ্ডিয়া গেটত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here