বিশ্বপৰ্য্যায়ত উজলিল JHONY BASFOR

0
1585

SPORTS DESK NE INDIA : SOUTH ASIAN JEET KUNE DO CHAMPIONSHIP ২০১৮ বৰ্ষত উজলিল অসমৰ সুজোগ্য সন্তান জনি বাচফোৰ। ২১,২২ আৰু ২৩ ছেপ্টেম্বৰত শ্ৰী লংকাৰ কেন্দি চহৰত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ  SEMI CONTACT শাখাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় খেলুৱৈগৰাকীয়ে। ইয়াৰ পূৰ্বেও জনি বাচফোৰে বেংকক,নেপালৰ লগতে ভূটানত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল। জনি বাচফোৰ হৈছে গুৱাহাটী মহানগৰীৰ খানাপাৰা অঞ্চলৰ নিবাসী। উল্লেখযোগ্য যে, শ্ৰী লংকাত অনুষ্ঠিত এই JEET KUNE DO CHAMPIONSHIPৰ আয়োজন কৰিছিল শ্ৰী লংকা JEET KUNE DO ফেডাৰেচনৰ সৌজন্যত ASIAN JEET KUNE DO ফেডাৰেচনে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here