Thursday, March 23, 2023
HomeAssameseবিশিষ্ট সাহিত্যিক যতীন গোস্বামীৰ দেহাৱসান

বিশিষ্ট সাহিত্যিক যতীন গোস্বামীৰ দেহাৱসান

বিশিষ্ট সাহিত্যিক যতীন গোস্বামীৰ দেহাৱসান

অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা বিশিষ্ট সাহিত্যিক যতীন গোস্বামীৰ বুধবাৰে পুৱা ৪.২০ বজাত গুৱাহাটীত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৮ বছৰ। প্ৰয়াত যতীন গোস্বামী বহুদিন ধৰি বাৰ্ধক্যজনিত অসুস্থতাত ভুগি আছিল।
তেখেত অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ প্ৰতিষ্ঠাপক সভাপতি আছিল । অসমীয়া ভাষাৰ লিপিক লৈ প্ৰণালিবদ্ধ অধ্যয়ন কৰিছিল যতীন গোস্বামী । তেখেতৰ মৃত্যু অসমীয়া সাহিত্য জগতৰ লগতে অসমৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি ।

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments