বিভিন্ন দেশত মূল্যৰ অন্য নাম

0
749

National desk NE India: আপোনালোকে বাৰু কেতিয়াবা জানিব বিচাৰে নে অন্য দেশৰ মূল্য সমূহক কি নামেৰে জনা যায় ? যি দৰে ভাৰতীয় মূল্যক টকা বুলি জনা যায়। আমি এতিয়া আপোনালোকক  জনাম কিছুসংখ্যক দেশৰ নাম আৰু সেই দেশ সমূহত মূল্যক কি নামেৰে জনা যায় ।

১. আমেৰিকা- ডলাৰ
২. আৰ্জেন্টিনা-পেচু
৩. ব্ৰাজিল- ৰিয়েল
৪. চীন- য়েন
৫. কষ্টা- ৰিকা–কলন
৬. ক্ৰৱেচিয়া- কুনা
৭. হেয়টী- গুৰ্ড
৮. ইন্দোনেচিয়া- ৰূপিয়াহ
৯. চামোৱা-টালা
১০. আৰৱ- দিৰহাম
১১. পেলেষ্টাইন- নিউ চেকেল
১২.পোলেণ্ড- জ্বলতি
১৩. মংগোলীয়া-টোগৰীক
১৪.লাওছ- লাওকীপ
১৫. জৰ্দান- ডিনাৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here