বিদ্যালয়ৰ গৰমৰ বন্ধ ৫ দিন হ্ৰাস হব নেকি?

16

বিদ্যালয়ৰ গৰমৰ বন্ধ ৫ দিন হ্ৰাস হব নেকি?

আগন্তুক বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে অসমৰ গৰমৰ বন্ধ ৩০ দিনৰ পৰিবৰ্তে ২৫ দিনীয়া কৰাৰ চিন্তা- চর্চা চলাইছে। ৫ দিন হ্ৰাস কৰা হব বিদ্যালয় সমূহৰ গৰমৰ বন্ধ। শিক্ষাদান বা শিক্ষাগ্ৰহণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ সেয়েহে গৰমৰ বন্ধত ছুটি লৈ ফুৰিবলৈ যোৱাৰ বিপৰীতে, শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ অৰ্থে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণৰ চিন্তা চৰ্চা চলাইছে বুলি জানিবলৈ দিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে।

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here