বিদেশ ভ্ৰমণলৈ ভাৰতৰ ৰাষ্ট্ৰপতি কোবিন্দ

0
1210
NEWS DESK NE INDIA: ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেওবাৰে ৮ দিনীয়া কাৰ্যসূচী লৈ বিদেশলৈ যাত্ৰা কৰিব ৷ৰাষ্ট্ৰপতি গৰাকীয়ে এই যাত্ৰাত  সাইপ্ৰাস,বুলগেৰিয়া আৰু চেক গণৰাজ্য ভ্ৰমণ কৰিব ৷ উল্লেখযোগ্য যে  ৰাষ্ট্ৰপতি গৰাকীৰ এই যাত্ৰা হ’ব প্ৰথম সাইপ্ৰাস ভ্ৰমণ ৷ অন্যহাতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সাইপ্ৰাস ভ্ৰমণত দেশৰ বিভিন্ন বিষয়ৰ ওপৰত সাইপ্ৰাস চৰকাৰৰ লগত আলোচনাত মিলিত হ’ব বুলিও এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here