Tuesday, March 21, 2023
HomeAssameseবিজয় মালিয়াক কাৰাদণ্ড বিহিলে আদালতে

বিজয় মালিয়াক কাৰাদণ্ড বিহিলে আদালতে

বিজয় মালিয়াক কাৰাদণ্ড বিহিলে আদালতে

পলাতক বিজয় মালিয়াক কাৰাদণ্ড।
বিজয় মালিয়াক ৪ মাহৰ কাৰাদণ্ড ৰ উপৰিও ২০০০হাজাৰ টকাৰ জৰিমানাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়। কেইবা হাজাৰ কোটি টকীয়া কেলেংকৰি গোচৰত উচ্চতম ন্যা়ালয়ৰ বিজয় মালিয়াক আদালতত হজিৰ হোৱাৰ নিৰ্দেশ দিছিল।কিন্তু এই নিৰ্দেশ অমান্য কৰে বিজয় মালিয়ে। ইফালে বিজয় মালিয়াক ৪০হাজাৰ নিজুত ডলাৰ জমা দিয়াৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়। ২০১৭ চনৰ আদালৰ নিয়াম অমান্য কৰি সন্তানৰ বেংকএকাউণ্টত ৪০হাজাৰ নিযুত ডলাৰ জমা কৰিছিল। সেইবাবে ৪০হাজাৰ নিযুত ডলাৰ সুতসহ জমা দিয়াৰ বাবে ৪সপ্তাহ সময় সীমা দিছে বিজয় মালিয়াক।

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments