বিজেপিৰ বাৰ্তালোচনী উন্মোচন

0
1489

শনিবাৰে অসম ৰাজ্যিক বিজেপিৰ কাৰ্য্যলয়ত অসমীয়া বিজেপি বাৰ্তা নামৰ এখন মাহেকীয়া বাৰ্তালোচনী উন্মোচন কৰা হয়। আলোচনী খন উন্মোচন কৰে জেষ্ঠ্য বিজেপি নেতা প্ৰাক্তন বিধায়ক  মিচন ৰঞ্জন দাসে। তেও কয় যে এই বাৰ্তালোচনী খনে পঢ়ুৱৈৰ সমাজত এক সুকিয়া সমাদৰ লাভ কৰিবলৈ সক্ষম হব ।

(মন্তু ডেকা , বৰাগাওঁ‌ Ne india)

LEAVE A REPLY

Please enter your comment!
Please enter your name here