বিজেপিৰ জিলা সমিতিৰ সভাপতিৰ বাহনত আক্ৰমণ, গুৰুতৰভাৱে আহত কৰ্মী

0
836
NE INDIA: চামগুৰিৰ লাওখোৱাত বিজেপি কলিয়াবৰ জিলা সমিতিৰ সভাপতি অনিল শইকীয়াৰ বাহনত আক্ৰমণ।ঘটনা  অনুসৰিকংগ্ৰেছৰ গুণ্ডাবাহিনীয়ে  শিলগুটি নিক্ষেপ কৰে বিজেপিৰ জিলা সমিতিৰ সভাপতি গৰাকীৰ বাহনলৈ ৷ উল্লেখ্য যে 
লাওখোৱাৰ বানত ক্ষতিগ্ৰস্তলোকৰ খবৰ লবলৈ গৈছিল সভাপতি গৰাকী । আনহাতে গুণ্ডাবাহিনীৰ আক্ৰমণত গুৰুতৰভাবে আহত জাকিৰ হুছেইন নামৰ লোক  এজন ৷এই ঘটনাটোৰ লগত কংগ্ৰেছৰ এগৰাকী শক্তিশালী প্ৰাক্তন মন্ত্ৰীৰ হাত থকা বুলি স্থানীয় লোকৰ মাজত চৰ্চা চলিছে ৷

জিতুমনি শইকীয়া ,চামগুৰি ,NEINDIA NEWS

LEAVE A REPLY

Please enter your comment!
Please enter your name here