বিজেপিত যোগদান বেডমিন্টন খেলুৱৈ ছাইনা নেহৱালৰ

0
343

বিজেপিত যোগদান বেডমিন্টন খেলুৱৈ ছাইনা নেহৱালৰ

পুনৰ ৰাজনীতিত যোগদান আন এগৰাকী ক্ৰীড়াবিদৰ।
বিজেপিত যোগদান কৰিব তাৰকা বেডমিন্টন খেলুৱৈ ছাইনা নেহৱালে। বুধবাৰে আনুষ্ঠানিকভাৱে ভাৰতৰ ষ্টাৰ বেডমিন্টন খেলুৱৈ  ছাইনা নেহৱালে বিজেপিত যোগদান কৰে। বেডমিন্টন ভাৰতক কেইবাখনো আন্তঃৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাত জয়ৰ কৃতিত্ব প্ৰদান কৰা ছাইনা নেহৱালে বিজেপিত যোগ দি কয় যে, তেওঁ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত প্ৰভাৱিত হৈয়েই ৰাজনীতিত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
National desk, NE India

LEAVE A REPLY

Please enter your comment!
Please enter your name here