বিচিচিআইক সমালোচনা হৰভজন সিঙৰ !

0
131

বিচিচিআইক সমালোচনা হৰভজন সিঙৰ !

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষিত হোৱা ভাৰতীয় ক্ৰিকেট দলত সূৰ্য্যকুমাৰ যাদৱ আৰু অক্ষৰ পেটেলক স্থান লাভ নকৰাৰ পাছতে বিচিচিআইক সমালোচনা কৰিছে প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙে।হৰভজন সিঙে মুম্বাইৰ মিডল অৰ্ডাৰ বেটছমেন সূৰ্য্যকুমাৰ যাদৱৰ পক্ষ লৈ টুইট কৰিছে যে

 ‘‘মই নাজানো ভাৰতীয় দলত স্থান লাভৰ বাবে সূৰ্য্যকুমাৰ যাদৱে কি কৰিব লাগিব। প্ৰতিবছৰে সূৰ্য্যকুমাৰ যাদৱে আই পি এল আৰু ৰঞ্জি ট্ৰফীত ৰান সংগ্ৰহ কৰি আহিছে,’’।হৰভজন সিঙে নিৰ্বাচক সমিতিক সূৰ্য্যকুমাৰ যাদৱৰ অভিলেখ পৰ্যালোচনা কৰি চোৱাৰ বাবেও অনুৰোধ কৰে।

Sports Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here