Sunday, December 4, 2022
HomeAssameseবাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস ও বাৰেকুৰি আদৰ্শ পুথিভঁৰালৰ...

বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস ও বাৰেকুৰি আদৰ্শ পুথিভঁৰালৰ উদ্বোধন

বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস ও বাৰেকুৰি আদৰ্শ পুথিভঁৰালৰ উদ্বোধন

বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বাৰেকুৰি মহাবিদ্যালয়ত এক আদৰ্শ পুথিভঁৰালৰ শুভ উদ্বোধন কৰে ৷

একাংশ সচেতন লোকৰ নিজা প্ৰচেষ্টাত আৰম্ভ কৰা পুথিভঁৰালটো শুভ উদ্বোধন কৰে ৱিমেনছ্‌ কলেজ তিনিচুকীয়াৰ অধ্যক্ষ ড° ৰাজীৱ বৰদলৈয়ে ৷

বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস ও বাৰেকুৰি আদৰ্শ পুথিভঁৰালৰ উদ্বোধন

পৰৱৰ্তী সময়ত বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ ভাৰপ্ৰাপ্ত সভাপতি দণ্ডীনাথ চুতীয়াই সভাপতিত্বত এখন সভাৰ আয়োজন কৰে।

সভাখনত ৱিমেনছ্‌ কলেজৰ অধ্যক্ষ ড° ৰাজীৱ বৰদলৈ, বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ প্ৰাক্তন নেতৃত্বৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments