Wednesday, March 29, 2023
HomeAssameseবাৰিষাৰ পাছত লাইকা বনগাঁৱ কৃষকৰ পথাৰত সাগৰ সদৃশ পৰিৱেশ

বাৰিষাৰ পাছত লাইকা বনগাঁৱ কৃষকৰ পথাৰত সাগৰ সদৃশ পৰিৱেশ

বাৰিষাৰ পাছত লাইকা বনগাঁৱ কৃষকৰ পথাৰত সাগৰ সদৃশ পৰিৱেশ।পথাৰত বাৰিষাৰ বানে তছ – নছ কৰি পলস পেলাই ধান-খেতিবোৰ নষ্ট কৰি পেলালে।

এতিয়া কৃষি বিভাগ কিম্বা মন্ত্ৰী-বিধায়কৰ পৰা একো ব্যৱস্থা নোপোৱাৰ অভিযোগ গাঁওবাসীৰ।

বছৰে-বছৰে গাঁওবাসীয়ে ক্ষতি পূৰণৰ বাবে বিভাগিয় কাৰ্যালয়ত প-পত্ৰ দাখিল কৰি আহিছে যদিও গাঁৱবাসীয়ে বঞ্চিত হৈ‌ আহিছে চৰকাৰী সাহায্যৰ পৰা।

এই ভুক্ত-ভোগীৰ ৰাইজৰ সমস্যা শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি থকা বিভাগিয় কৰ্তৃপক্ষ কিম্বা চৰকাৰে বুজি পাবনে?

সেয়া লক্ষণিয় বিষয় হ’ব আগন্তুক নিৰ্বাচন সময়ত

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments