বাৰিষাৰ পাছত লাইকা বনগাঁৱ কৃষকৰ পথাৰত সাগৰ সদৃশ পৰিৱেশ

52

বাৰিষাৰ পাছত লাইকা বনগাঁৱ কৃষকৰ পথাৰত সাগৰ সদৃশ পৰিৱেশ।পথাৰত বাৰিষাৰ বানে তছ – নছ কৰি পলস পেলাই ধান-খেতিবোৰ নষ্ট কৰি পেলালে।

এতিয়া কৃষি বিভাগ কিম্বা মন্ত্ৰী-বিধায়কৰ পৰা একো ব্যৱস্থা নোপোৱাৰ অভিযোগ গাঁওবাসীৰ।

বছৰে-বছৰে গাঁওবাসীয়ে ক্ষতি পূৰণৰ বাবে বিভাগিয় কাৰ্যালয়ত প-পত্ৰ দাখিল কৰি আহিছে যদিও গাঁৱবাসীয়ে বঞ্চিত হৈ‌ আহিছে চৰকাৰী সাহায্যৰ পৰা।

এই ভুক্ত-ভোগীৰ ৰাইজৰ সমস্যা শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি থকা বিভাগিয় কৰ্তৃপক্ষ কিম্বা চৰকাৰে বুজি পাবনে?

সেয়া লক্ষণিয় বিষয় হ’ব আগন্তুক নিৰ্বাচন সময়ত

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here