Sunday, December 4, 2022
HomeAssameseবানাক্ৰান্ত ছাত্ৰৰ শিক্ষা বিভাগলৈ আহ্বান ! স্থগিত ৰাখিব লাগে পৰীক্ষা

বানাক্ৰান্ত ছাত্ৰৰ শিক্ষা বিভাগলৈ আহ্বান ! স্থগিত ৰাখিব লাগে পৰীক্ষা

বানাক্ৰান্ত ছাত্ৰৰ শিক্ষা বিভাগলৈ আহ্বান ! স্থগিত ৰাখিব লাগে পৰীক্ষা

সমগ্ৰ ৰাজ্যৰ বান পৰিস্থিতি উদ্দেগজনক ৷ ক্ষতিগ্ৰস্ত হৈছে শিক্ষাৰ্থী ৷

বানত ডুব গ’ল কিতাপ বহী ৷

সমগ্ৰ ৰাজ্যৰ বান পৰিস্থিতি উদ্দেগজনক ইফালে কলেজ ইউনিভাৰ্চিটিৰ বিভিন্ন সান্মাষিকৰ পৰীক্ষা সমাগত ৷

কলেজ ইউনিভাৰ্চিটিত অধ্যয়ন কৰা গাঁৱৰ শিক্ষাৰ্থী সকলৰ কিতাপ বহী বানৰ কবলত পৰি ডুৱ গ’ল ৷ কিতাপ-বহী হেৰুওৱাই বিবুদ্ধিত শিক্ষাৰ্থী সকল ৷ মঙলদৈ সমষ্টিৰ অন্তৰ্গত ঠেকেৰাবাৰি অঞ্চলৰ ছাত্ৰছাত্ৰী সকলৰ শিক্ষা বিভাগলৈ আহ্বান সান্মাষিকৰ পৰীক্ষা সমুহ পিচুৱাই দিব লাগে ৷

এতিয়া শিক্ষা বিভাগৰ সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰ কৰিব শিক্ষাৰ্থী সকলৰ ভৱিষ্যত ৷

পংকজ সৰকাৰ ,মঙ্গলদৈ ,Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments