বানাক্ৰান্ত ছাত্ৰৰ শিক্ষা বিভাগলৈ আহ্বান ! স্থগিত ৰাখিব লাগে পৰীক্ষা
সমগ্ৰ ৰাজ্যৰ বান পৰিস্থিতি উদ্দেগজনক ৷ ক্ষতিগ্ৰস্ত হৈছে শিক্ষাৰ্থী ৷
বানত ডুব গ’ল কিতাপ বহী ৷
সমগ্ৰ ৰাজ্যৰ বান পৰিস্থিতি উদ্দেগজনক ইফালে কলেজ ইউনিভাৰ্চিটিৰ বিভিন্ন সান্মাষিকৰ পৰীক্ষা সমাগত ৷
কলেজ ইউনিভাৰ্চিটিত অধ্যয়ন কৰা গাঁৱৰ শিক্ষাৰ্থী সকলৰ কিতাপ বহী বানৰ কবলত পৰি ডুৱ গ’ল ৷ কিতাপ-বহী হেৰুওৱাই বিবুদ্ধিত শিক্ষাৰ্থী সকল ৷ মঙলদৈ সমষ্টিৰ অন্তৰ্গত ঠেকেৰাবাৰি অঞ্চলৰ ছাত্ৰছাত্ৰী সকলৰ শিক্ষা বিভাগলৈ আহ্বান সান্মাষিকৰ পৰীক্ষা সমুহ পিচুৱাই দিব লাগে ৷
এতিয়া শিক্ষা বিভাগৰ সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰ কৰিব শিক্ষাৰ্থী সকলৰ ভৱিষ্যত ৷
পংকজ সৰকাৰ ,মঙ্গলদৈ ,Ne India News