Sunday, March 19, 2023
HomeAssameseবানাক্ৰান্তৰ কাৰণে বিশেষ অনুদানৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

বানাক্ৰান্তৰ কাৰণে বিশেষ অনুদানৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

বানাক্ৰান্তৰ কাৰণে বিশেষ অনুদানৰ ঘোষণা মুখ্যমন্ত্ৰীৰ 

বৃহস্পতি বাৰে ৰাজ্যৰ বান পৰিস্থিতিক লৈ হিমন্ত বিশ্ব শৰ্মাই অংশ লয় এখনি গুৰুত্ব পূৰ্ণ বৈঠকত। ভিডিঅ কনফাৰেন্সিংৰ জৰিয়তে প্ৰতিখন ৰাজ্যৰ উপায়ুক্তৰ সৈতে বৈঠকত অংশ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

বানত ক্ষতি গ্ৰস্থ হোৱা পৰিয়াললৈ বিশেষ পদক্ষেপ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। ১৫ জুলাইৰ ভিতৰত ক্ষতি গ্ৰস্থ হোৱা ঘৰ সমূহত তালিকা প্ৰস্তুতৰ নিৰ্দেশ দিছে উপায়ুক্ত সকলক। লগতে শীঘ্ৰে বানাক্ৰান্তক সাহায্য দিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী।

বান শিবিৰত থকা প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ ১০০০ টকা সাহায্যৰ ঘোষণা।
বান শিবিৰত থকা প্ৰতিটো বানাক্ৰান্ত পৰিয়ালক দিয়া হব ৩৮০০ অনুদান।
কেলেংকাৰী সংঘটিত কৰা ঠিকাদাৰক গ্ৰেপ্তাৰৰ, লগতে বানাক্ৰান্ত ৰাইজক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

News desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments