Friday, March 24, 2023
HomeAssameseবানপিড়িত অঞ্চল পৰিদর্শন ৰাতাবাৰীৰ সমষ্টিৰ বিধায়ক বিজয় মালাকাৰৰ

বানপিড়িত অঞ্চল পৰিদর্শন ৰাতাবাৰীৰ সমষ্টিৰ বিধায়ক বিজয় মালাকাৰৰ

বানপিড়িত অঞ্চল পৰিদর্শন ৰাতাবাৰীৰ সমষ্টিৰ বিধায়ক বিজয় মালাকাৰৰ

বানপানীৰ ত্ৰাস বৰ্তমানেও অব্যাহত আছে বৰাক উপত্যকাত । বৰাক উপত্যকাৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চল বৰ্তমানে জলমগ্ন।
বৰাকৰ শিলচৰ চহৰ সম্পুর্ণ ৰুপে বানপানীৰ তলত । হাইলাকান্দি , কৰিমগঞ্জ জিলাৰ বিভিন্ন প্রান্তত বৰ্তমানে বানপানীৰ কৱলত । ৰাতাবাৰী বিধানসভা সমষ্টিৰ শনবিল পৰিলক্ষিত বানপানীৰ ভয়াবহ তাণ্ডৱ । ৰাতাবাৰী বিধানসভা সমষ্টিৰ বানপানীৰ কৱলত পৰা বিভিন্ন অঞ্চল পৰিদর্শন কৰিলে সমষ্টিটোৰ বিধায়ক বিজয় মালাকাৰে । বিধায়ক মালাকাৰে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ, খাদ্য , বিশুদ্ধ খোৱা পানী সহ নিত্য প্রয়োজনীয় সামগ্ৰী ব্যৱস্থা কৰি দিয়ে। বান বিধ্বস্ত অঞ্চলৰ জনগনক আশ্ৰয় শিবিৰত আশ্রয় গ্ৰহণ কৰা অনুৰোধ জনায় বিধায়ক বিজয় মালাকাৰে।বান পৰিস্থিতিৰ বুজ লোৱা সময়ত বিধায়ক বিজয় মালাকাৰক সংগ দিয়ে কৰিমগঞ্জৰ উপায়ুক্ত মৃদুল যাদৱ, ৰামকৃষ্ণ নগৰৰ চক্র বিষয়া সতিশ প্রসাদ গুপ্তা ।

হীৰক বণিক ,ৰামকৃষ্ণনগৰ , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments