Friday, March 24, 2023
HomeAssameseবানপানীৰ মাজতে গঞা ব্যস্ত মৎস্য চিকাৰত

বানপানীৰ মাজতে গঞা ব্যস্ত মৎস্য চিকাৰত

বান পানীত একাংশ গঞাই ধৰিলে মাছ ৷

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিকাষৰীয়া শাকতোলা পথাৰত উৎসুক জনতাৰ মৎস্য চিকাৰ ৷

বানপানীৰ মাজতে মৎস্য চিকাৰত গঞা কোনোৱে পাইছে ৰৌ কোনোৱে ভকুৱা ৷

ঘৰৰ ভেটিত পানী কিন্তু বেস্ত মাছ চিকাৰত ৷

ৰাজ্য খনৰ সৰ্বত্ৰে পানী আৰু পানী ৷ ব্যতিক্ৰম নহয় দৰং জিলা ৷ বানপানীৰ মাজতে গঞা ব্যস্ত হৈ পৰিছে মৎস্য চিকাৰত ৷ শাকতোলাৰ দাতিকাষৰীয়া গাওঁ সমুহৰ ৰাইজে খেৱালি জালেৰে কোনোৱে পাইছে ৰৌ কোনোৱে ভকুৱা আকৌ কোনোৱে চিলভাৰ ৷ মুঠৰ ওপৰত বানপানীৰ বিভীষিকাৰ মাজতো আনন্দৰে মাছ মাৰা পৰিলক্ষিত হ’ল মঙলদৈৰ শাকতোলা অঞ্চলত ৷

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments