Wednesday, March 22, 2023
HomeUncategorizedবানপানীৰ বাবে পুঁ‌জি আৱন্টন দিব কেন্দ্ৰীয় চৰকাৰে

বানপানীৰ বাবে পুঁ‌জি আৱন্টন দিব কেন্দ্ৰীয় চৰকাৰে

বানপানীৰ বাবে পুঁ‌জি আৱন্টন দিব কেন্দ্ৰীয় চৰকাৰে

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ সৈতে ফোনযোগে হোৱা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডীৰ প্ৰতিশ্ৰুতি। শনিবাৰে পুৱা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক ফোনযোগে অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লৈ পুনৰ সংস্থাপনৰ বাবে যিমান পুঁজিৰ প্ৰয়োজন হ’ব সকলোখিনি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সহায় কৰা হ’ব বুলি ব্যক্ত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডীয়ে।

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments