Wednesday, March 29, 2023
HomeAssameseবানপানীত বুৰ গৈছে মঙলদৈ চহৰ

বানপানীত বুৰ গৈছে মঙলদৈ চহৰ

বানপানীত বুৰ গৈছে মঙলদৈ চহৰ

মঙলদৈ নদীত ফেনে ফোটোকাৰে বাঢ়ি অহা পানীয়ে বুঢ়াই পেলালে মঙলদৈ চহৰ ৷

মঙলদৈ চহৰৰ প্ৰতিটো গলি এতিয়া বানৰ কবলত ৷

হাহাকাৰ চহৰবাসীৰ , খাবলৈ পানীৰ অভাৱ বানপিৰিতৰ ৷

কেইবাদিনো একেৰাহে দি থকা বৰষুণৰ ফলত অসমৰ সকলোবোৰ নদী ফেনে ফোটোকাৰে ওফন্দি উঠিছে ৷ ৰাজ্যখনৰ সকলোবোৰ নদী বিপদ সীমাৰ ওপৰেৰে বৈ আছে ৷

মঙলদৈ চহৰৰ সোমাজেৰে বৈ যোৱা মঙলদৈ নৈয়ে চহৰৰ দুয়ো কাষ বুৰাই পেলাইছে ৷ ঘৰৰ ভিতৰত একাঠু এককাল পানী ৷

পংকজ সৰকাৰ, মঙলদৈ, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments