Sunday, May 28, 2023
HomeAssameseবাজাজ মটৰ্চৰ সংস্থাপক ৰাহুল বাজাজৰ পৰলোকপ্ৰাপ্তি

বাজাজ মটৰ্চৰ সংস্থাপক ৰাহুল বাজাজৰ পৰলোকপ্ৰাপ্তি

বিশিষ্ট ব্যৱসায়ী তথা বাজাজ মটৰ্চৰ সংস্থাপক ৰাহুল বাজাজ পৰলোকপ্ৰাপ্তি ঘটে শনিবাৰে । মৃত্যুৰ সময়ত ব্যৱসায়ী গৰাকী বয়স হৈছিল ৮৩ বছৰ । প্ৰয়াত বাজাজ , বাজাজ মটৰ্চৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ আছিল বিগত ৫০ বছৰ ধৰি । ২০০১ বৰ্ষত ৰাহুল বাজাজক পদ্ম ভুষণ  সন্মানেৰে সন্মানিত কৰে চৰকাৰে । ভাৰতীয় স্বাধীনতা সেনানী তথা সামাজিক কাৰ্যকৰ্তা জমনলাল বাজাজৰ নাতি আছিল প্ৰয়াত ৰাহুল বাজাজ ।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments