বাইহাটাত উলহ মালহেৰে উদযাপিত হল গনেশ পুজা

0
863
 ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বাইহাটা চাৰিআলিটো মহা আৰম্বৰেৰে পালন কৰা হয় গনেশ পূজা । বাইহাটা চাৰিআলিৰ বাৰে গাৱৰ গনেশ মন্দিৰত অঞ্চলটোৰ ৰাইজে পালন কৰে গনেশ পূজা । গনেশ পূজাৰ লগত সংগতি ৰাখি উলিয়াই এক বৰ্নিল শোভাযাত্ৰা । শোভা যাত্ৰা উদ্ধোধনা  কৰে খাপলাং কাই ধাৰাবাহিকৰ চেনী খ্যত ৰেখা শ্ৰুতি নাথ আৰু বেহৰবাৰি আউটপোষ্ট ধাৰাবাহিকৰ মুকুটাই । শোভাযাত্ৰাটিত প্ৰায় পাছ শতাধিক লোকে অংশ গ্ৰহন কৰে ।
 
ভগদত্ত ডেকা ,বাইহাটা , Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here