বহাগ বিহুৰ প্ৰাকক্ষণত মঙলদৈ চহৰৰ মাজমজিয়াত মুকলি অত্যাধুনিক গহণালয়

62

ব’হাগ বিহুৰ প্ৰাকক্ষণত মঙলদৈ চহৰৰ ভেবাৰঘাটত প্ৰতিষ্ঠান হ’ল এখন অত্যাধুনিক গহনালয় ৷
অভিনেত্ৰী অমৃতা গগৈয়ে ফিতা কাতি শুভাৰম্ভ কৰিলে “Creations & Collections” নামৰ স্ব-ৰুমটো ৷
স্বৰুমটোৰ স্বত্বাধিকাৰী পুৰৱী শইকীয়াই বিপনী খনত অসমীয়া ট্ৰেডিচনেল সকলো ধৰণৰ গহনাৰ লগতে লগতে অসমীয়া মেখেলা চাদৰ উপলব্ধ হ’ব বুলি সাংবাদিকক জানিবলৈ দিলে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here