বলীউদৰ “DISCO DANCER” অসুস্থ

0
901

ENTERTAINMENT DESK NE INDIA : বলীউদৰ “DISCO DANCER” অৰ্থাৎ মিথুন চক্ৰবৰ্তী বৰ্তমান অসুস্থ। ৬৬ বছৰীয়া অভিনেতাগৰাকীয়ে chronic backৰ সমস্যাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলেছত চিকিৎসাধীন হৈ আছে।

এতিয়া এই খৱৰে চিন্তিত কৰিছে ভাৰতীয় চিনে প্ৰেমিক। অন্যহাতে অভিনেতা গৰাকীৰ সু-স্বাস্থ্য কামনা কৰি প্ৰাৰ্থনা জনাইছে তেওঁৰ অনুৰাগীসকলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here