বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী ৰাজ্যত ২০ জুনলৈ অব্যাহত থাকিব প্ৰবল বৃষ্টিপাত
ৰাজ্যত ২০ জুন পৰ্যন্ত অব্যাহত থাকিব প্ৰবল বৃষ্টিপাত। ২০ জুনৰ দিনটোত প্ৰবল বৃষ্টিপাত হোৱাৰ সতৰ্কবাণী বতৰ বিজ্ঞানীৰ। অসম মেঘালয়ত প্ৰবল বৃষ্টিপাত হোৱাৰ আশংকা। ২০ জুনত অসমৰ লগতে সমগ্র উত্তৰ-পূৰ্বাঞ্চলত কেন্দ্ৰীয় বতৰ বিজ্ঞানে জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট।
News Desk, Ne India news