বড়ো ভাষাকলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা

55

তামুলপুৰৰ বড়ো সাহিত্য সভাৰ অধিবেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা‌ উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে । একাদশ আৰু দ্বাদশ শ্ৰেণীত হ’ব বড়ো ভাষাৰ পাঠদান।বড়ো ভাষাৰ মাধ্যমত ল’ব পাৰিব ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা।বড়ো সাহিত্য সভাৰ মুকলি মঞ্চত এই ঘোষণা ‌ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা‌ৰ ।
স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈও প্ৰৱৰ্তন ‌ এই মাধ্যম। অসম চৰকাৰৰ হৈ বুধবাৰে এই ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

News desk ,Ne india news

LEAVE A REPLY

Please enter your comment!
Please enter your name here