-তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ বজালনী চাহ বাগিচাত দেওবাৰে পুৱা স্ংঘটিত হৈছে এক দুখ লগা ঘটনা!খৰি কাটিবগৈ মৃত্যুক আকোঁৱালি ললে এগৰাকী মহিলাই।
প্ৰাপ্ত তথ্য অনুসৰি মহিলা গৰাকীয়ে পোৱা ঘৰৰ পৰা ওলাই গৈছিল খৰি বিচাৰিব বাবে ।
হৰ্থাত ঘটিল নহ’ব লগিয়া ঘটনা বাগানত থকা গছৰ শুকান ডাল ভাগি থাকোঁতে মূৰত ডাল পৰি অকাল মৃত্যুক সাৱটি ল’লে মহিলা গৰাকীয়ে। মহিলা গৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলটোত,
মহিলা গৰাকীয়ে এটি পুত্ৰ সন্তান এৰি থৈ যায়
তিনিচুকীয়াৰ পৰা ৰন্টু বৰশইকীয়া ৰিপ’ৰ্ট